কৈশোৰৰ সপোন
^~কৈশোৰৰ সপোন~^
মই সপোন পুৰী ৰাজ্যত
ভৰি দিছিলো...
চাৰিও ফালে পাহাৰ-পৰ্ৱত
মাজত কেই হেক্টৰ মান ভুমি।
নিজান-নীৰৱ ঠাই,বলিয়া হৈছিলো তাইক পাই,
এজনী পৰিকৃতিৰ ছোৱালী...
যিজনী চাইছিল মোৰ ফালে
সৌ আকাশঁ নীলা চকুযুৰী॥
মই অনুভৱ কৰিবো পাৰিছিলো তাইক;
আৰু তাইৰ লক্ষ্যক
মই মোক পৰিৱৰ্ন কৰিবো নিবিচাৰিছিলো...
তথাপি পৰিৱৰ্তন হৈ পৰিছিলো॥
মোৰ ইচ্ছা আকাংশা বোৰ পূৰ্ণ হ'ব ধৰিছিল,
মই ভাল পাইছিলো তাইক
তাইও মোক...
সপোন টো তেতিয়াই ভাগিল
যেতিয়া আঠুৱা ছিঙি
বিছনাৰ পৰা পৰি গ'লো॥
মই সপোন পুৰী ৰাজ্যত
ভৰি দিছিলো...
চাৰিও ফালে পাহাৰ-পৰ্ৱত
মাজত কেই হেক্টৰ মান ভুমি।
নিজান-নীৰৱ ঠাই,বলিয়া হৈছিলো তাইক পাই,
এজনী পৰিকৃতিৰ ছোৱালী...
যিজনী চাইছিল মোৰ ফালে
সৌ আকাশঁ নীলা চকুযুৰী॥
মই অনুভৱ কৰিবো পাৰিছিলো তাইক;
আৰু তাইৰ লক্ষ্যক
মই মোক পৰিৱৰ্ন কৰিবো নিবিচাৰিছিলো...
তথাপি পৰিৱৰ্তন হৈ পৰিছিলো॥
মোৰ ইচ্ছা আকাংশা বোৰ পূৰ্ণ হ'ব ধৰিছিল,
মই ভাল পাইছিলো তাইক
তাইও মোক...
সপোন টো তেতিয়াই ভাগিল
যেতিয়া আঠুৱা ছিঙি
বিছনাৰ পৰা পৰি গ'লো॥

Comments