মোৰ কবিতা
বুকতে বুকুখন থৈ কোনেনো কাদে, সদিয়াৰ কলাতে বহি।
মোৰ আৰু তাইৰ হিয়াখন ভাগে , ধন-দৌলতৰ মামলাত পৰি।
উদং হিয়া মোৰ কিয়োনো কাদে , মৰুৰ মৰিচিকা খেদি খেদি।
ফটা -ছিঙা চোলা মোৰ কিয়োনো উৰে , আবেলীৰ মলয়া বতাহত পৰি।
সম্পর্ক এনেকৈ কিয়োনো ভাঙে ?শান্তনা এনেকৈ কিয়োনো গুচে? ধৈর্য্যক সাবটি লৈ...........
বেদনা লগত মোৰ নাই যে আজি , গাঞ্জায়েই মোৰ আছল সহপাঠী।।
তোমার ওচৰত মই কিয় দাজবিন্দৰ কাচডা ? মোৰ হাহিঁত তুমি কিয় এবাৰো নাহাঁহা?
মমৰ ডেউকা লগাই উৰি যাবো খোজা , সূর্য মামাৰ সৌ তপ্ত ঘৰলে।
এৰিবো পাৰো তোমাক জীবনওঁ যাবো পাৰে, তথাপি থাকিবো নোবাৰু গাঞ্জা অবিহনে।।
অকলে ডাঙৰ মই, জংঘলেই মোৰ জন্ম ভূমি ! আকৌ তুমি নাভাবিবা পিঞ্জৰাত বাস কৰা বুলি।। এলভিদা প্রা .........♥♥♥♥♥♥♡♡♡♡♥♥♥♥♥
Written by-Tippu(author)…...…

Comments