অপেক্ষা

         *😟😟অকলশৰীয়া মন😟😟*



কিয় হেজাৰৰ মাজত বিচাৰিলে পাওঁ কেৱল তোমাক ?
    অমাবস্যাৰ জাননী পাই কান্দি আছে অকলশৰীয়া জোনাক🌛🌛🌛🍒





তুমি মোৰ জীবনক জীৱন দিছা,মৰনো দিছা💁💁💁
        সকলো লৈ গ'লা ৰৈ গ'ল কেৱল চকুলোৰ নিছা 😭😭

          ভাঙি ৰ'ল পজা,ধুমুহা খন আছিল কিজানিবা আহাৰ মহীয়া...

💦💨☁⛅ ৰাস্তাৰ কাষৰত বহি বহি দিগন্তলৈ দৃষ্টি দি হেৰুৱাই      
যোৱা,নিৰ্জন;অকলশৰীয়া..👰?

?💃💃পদুলিত বহিলৈ আজিও কৰো মই তোমাৰ অপেক্ষা...♿♿♿
        নাপাওঁ-নেদেখু, হাহিঁ ফুটা ওঠৰে সজা মুখ খন তোমাৰ👵👵👵

মোৰ অশ্ৰুৱে কয় আজি মোৰ কাহিনী😭😭😭
         তুমি নেভাবিবা ইয়াক কেৱল পানী 😟😟😟

সম্ভৱ নহ'ব ছাগে...কনোবা বিৰিষৰ তলত বহি লৈ 🥦🥦🥦
        কোলাত মূৰ থৈ অবাস্তৱিক সপোন বোৰ দেখাৰ🚹🚺🚻

 



Written by-Tippu(author)…...…

Click to(OK) button 
                

Comments

Popular Posts