গীটাৰ
গীটাৰ কন্দিবো জানে
🎸🎸🎸
ছয় যুগৰ কষ্ট মোৰ
ছয়খন তাঁৰত লুকাই আছে ,
নির্ঘুম ৰাতি জাগি জাগি
গিটাৰে কান্দিবো জানে।
অভিমানী এটা তাঁৰে 'নীলা চকুৰ দৰে
বৰষুণৰ নিচিনা অশ্রু ঝৰে ,
নির্ঘুম ৰাতি জাগি জাগি
গিটাৰে কান্দিবো জানে
অকলে অকলে এটা তাঁৰে
সুখ-দুখৰ গীত জুৰে ,
নির্ঘুম ৰাতি জাগি জাগি
গিটাৰে কান্দিবো জানে।
কাষৰে চিনাকী তাঁৰ এটাই
বিষাদক আঙ্গিক বন্ধু বুলি মাতে ,
নির্ঘুম ৰাতি জাগি জাগি
গিটাৰে কান্দিবো জানে।।
Tipu súltäāñ

Comments