খেতিয়ক
খেতিয়কৰ বিলাই
"""""'''""""""'ট্ৰেক্টৰৰ চেপাত পৰি
নাঙলখন ভাঙি থাকিল,
তাৰেই সুযোগত লগুৱাটো পলাল !
আৱবতৰীয়া বানৰ বোকাত
বৰাধনৰ ৰুবলৈও
কঠীয়াৰ হ'ল অভাৱ !
চৰকাৰী বীজৰ কিনো ভৰসা
পতানেৰে চোতাল ভৰে ।
হাহেও চিনি পাই
মনিচৰ নজৰ নাই,
সেয়েহে খেতিয়কৰ এনে বিলায়,,,

Comments