ভালপোৱা

 দুখৰ সৈতে মোৰ আন্‌তৰিকতা


আজন্‌ম পুৰণি!
হিয়াত খোদিত বিষাদ
বুকুত কাইটৰ আচোৰ


আচলতে নিজৰ কথা পাহৰি থকাতো
মোৰ স্‌ৱভাৱ
কি যে উজাগৰী বিষাদ...!!

Comments

Popular Posts