Skip to main content

Posts

Featured

অনুপমা

  কলেজৰ ইউনিৰ্ফম আৰু কিতাপৰ বোজাৰ মাজত তুমি মোৰ অনুপমা । কলেজৰ কেমপাছত গহীন খোজ মায়াভৰা দুচকুত মানুহ হোৱাৰ সপোন লগৰীয়াৰ উচ্ছৃংখল হাঁহিৰ মাজতো মিচিকিয়া হাঁহিয়েই তোমাৰ পৰিচয় তুমি মোৰ অনুপমা, প্ৰীয়তমা । এডাল ৰঙা ৰঙৰ ছাতি লৈ আনৰ দৰে খট খট কৰি হিলৰ শব্দ নুতুলিলেও তুমি উপভোগ কৰা কলেজীয়া জীৱন এহাতত সময়ৰ হিচাপ আনটো হাতত অসমীয়া কবিতাৰ, কিতাপখন প্ৰতিটো শ্ৰেণীকোঠাতে বিয়পি পৰে তোমাৰ সুগন্ধ । অকল সোনালী চুলিকোছা এৰি দি , ওঁঠত লিপষ্টিক অথবা গাত পাৰ ফিউম নঘঁহা তুমি যেন জোনাকবিহীন আন্ধাৰ ৰাতি , তথাপিও সুন্দৰ মনোৰম কাৰণ তুমি অনুপমা প্ৰিয়তমা ।

Latest posts

সুখ দুখৰ মালিতা

ভালপোৱা

ছাইলেণ্ট ভেলীৰ গাভিনী হাতীজনী

মা

স্মৃতি মোৰ জাগেহি মনত

হেৰুৱাৰ বেদনা

কৈশোৰৰ সপোন

মন

তোমাৰ অপেক্ষা

উম্মি